ৰাষ্ট্ৰীয়

ঝাৰখণ্ডত পথ দুৰ্ঘটনা, নিহত ৬

asomiyapratidin
  • ঝাৰখণ্ডত পথ দুৰ্ঘটনা।
  • দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু আৰু ৩৯জন লোক গুৰুতৰভাৱে আহত হয়।
  • এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনা।
  •  গড়ৱাৰ গৰ্গত সংঘটিত এই ঘটনা।
  •  আহতক জিলা হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
  •  বাছখন উদ্ধাৰৰ বাবে অব্যাহত অভিযান উদ্ধাৰকাৰী দলৰ।