ৰাষ্ট্ৰীয়

কানপুৰ-দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত ৪, আহত ৬…

asomiyapratidin
  • উত্তৰপ্ৰদেশৰ বালৰাই ষ্টেচনৰ সমীপত ৰে'লৰ খুন্দাত নিহত ৪জনকৈ লোক।
  • লগতে গুৰুতৰভাৱে আহত ৬জন।
  • কানপুৰ-দিল্লী ৰাজধানী এক্সপ্ৰেছৰ খুন্দা মাৰে লোক কেইজনক।
  • সংকটজনক অৱস্থাত আহত ৬জনক হাস্পতাললৈ প্ৰেৰণ।