জম্মু-কাশ্মীৰত চলন্ত ট্ৰাকত অগ্নিকাণ্ড।কাজিগুণ্ডত সংঘটিত হয় এই ঘটনা।ট্ৰাকখন জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ থকা পথত অগ্নিকাণ্ড।উক্ত স্থানৰ পৰা উদ্ধাৰ কিছু সংখ্যক জ্বলি যোৱা নোট।ঘটনা সন্দৰ্ভত ৰুজু কৰা হৈছে গোচৰ।