ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ, ২ জন জোৱান নিহত

asomiyapratidin
  • জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • পুৱাৰে পৰা পুলৱামা জিলাত এই গুলিয়াগুলি।
  • সংঘৰ্ষত ২ জন জোৱান শ্বহীদ আৰু এজন গুৰুতৰভাৱে আহত।
  • ৩ সন্ত্ৰাসবাদীৰ আত্মগোপনৰ খবৰ পাইয়ে হৈছিল এই সংঘৰ্ষ।