ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত সমাজ কৰ্মীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা…

asomiyapratidin
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত গুৰুতৰভাৱে আহত এজন সমাজ কৰ্মী।
  • বৃহস্পতিবাৰে সমাজ কৰ্মী মহম্মদ ইছমাইল ৱাণীক গুলীয়াই সন্ত্ৰাসবাদীয়ে।
  • আহত সমাজ কৰ্মী ৱাণী বৰ্তমান হাস্পতালত চিকিৎসাধীন।
  • আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।