ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত আৰক্ষীয়ে ধ্বংস কৰিলে সন্ত্ৰাসবাদীৰ শিবিৰ…

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ ৰাজৌৰীত আৰক্ষীৰ অভিযান।
  • অভিযানত ৰাজৌৰীৰ চাত্যাৰী বনাঞ্চলত থকা এটা সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস ।
  • লগতে আৰক্ষীয়ে উদ্ধাৰ কৰে বহু অস্ত্ৰ-শস্ত্ৰ।
  • ৪টা এ কে ৰাইফল, ১১টা পিষ্টল আৰু বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ।