ৰাষ্ট্ৰীয়

পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন, জম্মু-কাশ্মীৰৰ নৌচেৰা চেক্টৰত ধাৰাসাৰ গুলিবৰ্ষণ

asomiyapratidin
  • পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন জম্মু-কাশ্মীৰত।
  • নৌচেৰা চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ।
  • অশান্ত হৈ পৰিছে ভাৰত-পাক সীমান্ত।
  • ভাৰতীয় সেনাইও দিছে যোগ্য প্ৰত্যুত্তৰ।
  • বিগত কেইটামান দিনত একেৰাহে পাকিস্তানে সীমান্তত কৰিছে গুলিবৰ্ষণ।