জম্মু-কাশ্মীৰৰ ৰাজধানী শ্ৰী নগৰত গ্ৰেণেড বিস্ফোৰণ।জিৰ' ব্ৰিজত নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ সন্ত্ৰাসবাদীৰ।বিস্ফোৰণত ৩ জন লোক গুৰুতৰভাৱে আহত।আহত ৩ জনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈঘটনাস্থলীত সেনাৰ অভিযান।