ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন

asomiyapratidin
  • জম্মু-কাশ্মীৰত পাক সেনাৰ যুদ্ধবিৰতি উলংঘন।
  • ৰাজ্যখনৰ পুলৱামা জিলাৰ লাচ্ছিপোৰতা পাক সেনাৰ গুলীবৰ্ষণ।
  • ভাৰতীয় সেনায়ো পাক সেনাক দিয়ে যোগ্যপ্ৰত্যুত্তৰ।
  • বৰ্তমানলৈ কোনো ভাৰতীয় জোৱান হতাহতৰ খবৰ পোৱা হোৱা নাই।