ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত ট্ৰাক জ্বলালে সন্ত্ৰাসবাদীয়ে…

asomiyapratidin
  • জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে জ্বলালে এখন ট্ৰাক।
  • শনিবাৰে নিশা ট্ৰাকখনত অগ্নি সংযোগ কৰে সন্ত্ৰাসবাদীয়ে।
  • জম্মু-কাশ্মীৰত আমিৰাবাদ গাঁৱত সংঘটিত হয় এই ঘটনা।
  • এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।