ৰাষ্ট্ৰীয়

সীমান্ত পাক সেনাৰ গুলীত নিহত মহিলা…

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ পুঞ্চ চেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ।
  • পাক সেনাৰ গুলীত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আহত এজন লোক।
  • আহত জনক ভৰ্তি কৰা হৈছে হস্পাতালত।
  • উল্লেখ্য যে, পুঞ্চৰ বালাকোট আৰু মেন্ধৰ চেক্টৰতো পাক সেনাই কৰি আছে গুলীবৰ্ষণ।