ৰাষ্ট্ৰীয়

তামিলনাডুৰ জাল্লিকাট্টু প্ৰতিযোগিতাত ৭০০টা ষাঁড় গৰু… চাওঁক VIDEO

asomiyapratidin
  • তামিলনাডুৰ মাদুৰাইত জাল্লিকাট্টু প্ৰতিযোগিতা অনুষ্ঠিত।
  • শুকুৰবাৰে পুৱা অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
  • প্ৰায় ৭০০টা ষাঁড় গৰু অনা হৈছে এই প্ৰতিযোগিতাৰ বাবে।
  • নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ২০০০ আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।