ৰাষ্ট্ৰীয়

জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত সোণসহ এজনক আটক…

asomiyapratidin
  • জয়পুৰত এজন লোকক আটক।
  • জয়পুৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা আটক ব্যক্তিজনক।
  • শুল্ক বিভাগে আটক কৰে লোকজনক।
  • লগত জব্দ ৪২৫ গ্ৰাম সোণ।
  • বিশেষ কৌশলেৰে লোকজনে আনিছিল সোণখিনি।