ৰাষ্ট্ৰীয়

বাংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখে গৈ থকা অৱস্থাত বাহনৰ পৰা উদ্ধাৰ ২.৩০ কোটি টকা

asomiyapratidin
  • শনিবাৰে আয়কৰ বিভাগে অভিযান কালত জব্দ কৰে ২.৩০ কোটি টকা নগদ ধন।
  • এখন বাহনৰ চকীত সোমাই থৈছিল ধনখিনি।
  • বাংগালুৰুৰ পৰা শিৱমোগ্গা অভিমুখে ধনখিনি নি থকা অৱস্থাত জব্দ কৰা হয় ধনখিনি।
  • ইফালে, গোৱা-কৰ্ণাটক সংযোগী এক স্থানতো আয়কৰ বিভাগে চলাই অভিযান।
  • এই অভিযানত জব্দ প্ৰায় ৪ কোটি টকা নগদ ধন।