- ভাৰতীয় বায়ু সেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্থ।
- পঞ্জাৱৰ পাটিয়ালা বায়ু সেনাৰ চাউনীত দুৰ্ঘটনাগ্ৰস্থ হৈছে এই বিমানখন।
- প্ৰাপ্তখবৰুনসৰি, এন চি চিৰ প্ৰশিক্ষণৰ বাবে উৰুৱা হৈছিল এই বিমানখন।
- এন চি চি কেডেটৰ কেইজনমান বিষয়-ববীয়াই উৰুৱাইছিল বিমানখন।
- অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্থ হয় বিমানখন।
- কোনো লোক হতাহতৰ খবৰ পোৱা নাই।