ৰাষ্ট্ৰীয়

হায়দৰাবাদত ২০০ কেজি নিচাযুক্ত সামগ্ৰীৰ সৈতে ২ জনক গ্ৰেপ্তাৰ…

asomiyapratidin
  • হায়দৰাবাদ আৰক্ষী আৰু টাস্ক ফৰ্চৰ সাফল্য।
  • ২০০ কেজি নিচাযুক্ত সামগ্ৰীৰ সৈতে ২ জনক গ্ৰেপ্তাৰ।
  • চাটিনাকা নামৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয় লোক দুজনক।
  • নিচাযুক্ত সামগ্ৰী সৰবৰাহত জড়িত আছিল লোক দুজন।