ৰাষ্ট্ৰীয়

গুজৰাটত ভাৰতীয় নৌ সেনা বাহিনীৰ বৃহৎ সফলতা

Asomiya Pratidin
  • গুজৰাটত ভাৰতীয় নৌ সেনা বাহিনীৰ বৃহৎ সফলতা

  • পাকিস্তানৰ ভাৰতত কূটাঘাতৰ বাবে কৰা পৰিকল্পনা বিফল

  • পাকিস্তানৰ পৰা অহা ড্রাগছ, অস্ত্র-শস্ত্রভৰ্তি এখন নাও জব্দ

  • নাওখনত থকা ১০জন সন্দেহজনক লোকক গ্রেপ্তাৰ

  • প্রায় ৪০কেজি ড্রাগছ নাওখনৰ পৰা

  • ড্রাগছখিনিৰ মূল্য ৩০০ কোটি টকা

  • চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাইছিল নৌ সেনাই