জম্মু-কাশ্মীৰত অবৈধ অস্ত্ৰ-শস্ত্ৰৰ বিৰুদ্ধে অভিযান।অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ।.ছপৰত চলোৱা অভিযানত জব্দ কৰা হয় অস্ত্ৰ-শস্ত্ৰসমূহ।চিআৰপিএফৰ ৯২ বেটেলিয়ন, ৩২ ৰাষ্ট্ৰীয় ৰাইফলছ আৰু স্পেচিয়েল অপাৰেশ্যন গ্ৰুপে চলাইছিল এই অভিযান।