ৰাষ্ট্ৰীয়

হিমাচল প্ৰদেশত দ’ খাৱৈত পৰিল পৰ্যটকৰ বাছ

asomiyapratidin
  • হিমাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • বিলাসপুৰ জিলা স্বৰঘাটত দ' খাৱৈত পৰিল পৰ্যটকৰ বাছ ।
  • দুৰ্ঘটনাত আহত হৈছে ২৬ জন যাত্ৰী।
  • ইয়াৰে ১৮ জনৰ অৱস্থা সংকটজনক।
  • আহত আটাইকে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত।