হিমাচল প্ৰদেশত তুষাৰপাতৰ ফলত স্তব্ধ যান-বাহন চলাচল।সোমবাৰে পথৰ পৰা বৰফ আঁতৰাই প্ৰশাসনে।মানালী-লেহ ঘাইপথৰ পৰা বৰফ আঁতৰাই প্ৰশাসনে।বি আৰ অ'ৰ ৫টা দলে চলাই এই অভিযান।পথটোৰে পুনৰ যান-বাহন চলাচল কৰাৰ চেষ্টা প্ৰশাসনৰ।