ৰাষ্ট্ৰীয়

হিমাচলপ্ৰদেশৰ মানালী-হেল ঘাইপথত পুনৰ যান-বাহন চলাচল অব্যাহত, প্ৰশাসনে আঁতৰালে বৰফ…

asomiyapratidin
  • হিমাচলপ্ৰদেশত তুষাৰপাতৰ ফলত মানালী-হেল ঘাইপথত যান-বাহন চলাচল ব্যাহত।
  • শুকুৰবাৰে প্ৰশাসনে ঘাইপথটোৰ পৰা আঁতৰাই বৰফ।
  • পথটো যান-বাহন চলাচল কৰিব পৰাকৈ পুনৰ সুচল কৰাৰ প্ৰচেষ্টা প্ৰশাসনৰ।
  • যোৱা কিছুদিন ধৰি যান-বাহন চলাচল বন্ধ হৈ আছিল পথটোত।
  • যাৰফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল সৰ্বসাধাৰণ।