ৰাষ্ট্ৰীয়

হিমাচল প্ৰদেশত অত্যাধিক হিমপ্ৰবাহ, বৰফলৈ পৰিণত নদ-নদীৰ পানী

asomiyapratidin
  • হিমাচলপ্ৰদেশত অত্যাধিক হিমপ্ৰবাহ।
  • হিমপ্ৰবাহৰ ফলত ক্ৰমাৎ বৰফত পৰিণত হ'বলৈ ধৰিছে নদ-নদীৰ পানী।
  • শত্ৰু অঞ্চলৰ চন্দ্ৰ নদীখনৰ পানী বৰফত পৰিণত।
  • শূন্য ডিগ্ৰী উষ্ণতা অঞ্চলটোত।