হিমাচল প্ৰদেশত বিধ্বংসী অগ্নিকাণ্ড।জুইত জাহ গ'ল এটা ঘৰ।কুল্লো জিলাত পুৱা সূত্ৰপাত হোৱা এই জুইৰ বাবে বহু সা-সম্পত্তি ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।.ইফালে এই জুইৰ সূত্ৰপাত হোৱাৰ পিছতে সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ।