ৰাষ্ট্ৰীয়

হিমাচলপ্ৰদেশত ভয়ংকৰ ভূমিস্খলন… চাওঁক VIDEO

asomiyapratidin
  • হিমাচলপ্ৰদেশত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
  • ৰাজ্যখনৰ কুল্লু জিলাৰ ঠেলা গাঁৱত ভূমিস্খলনৰ ঘটনা।
  • ভূমিস্খলনৰ ফলত গাওঁখনৰ বহু পথ ভাঙি পৰে।
  • নেৰানেপেৰাকৈ হৈ থকা বৃষ্টিপাতৰ ফলত ভূমিস্খলনৰ সৃষ্টি হয় ঠেলা গাঁৱত।