হিমাচলপ্ৰদেশত তুষাৰপাতৰ প্ৰভাৱ।তুষাৰপাতৰ ফলত ৰাজ্যখনৰ প্ৰায় ৪৪৬টাকৈ পথত যাতায়ত সেৱা ব্যাহত।.ইয়াৰ ভিতৰত আছে ৫টা ৰাষ্ট্ৰীয় ঘাইপথো।১২১টা বিদ্যুৎ আঁচনিৰ সেৱাও ব্যাহত হৈ পৰিছে হিমাচলপ্ৰদেশত।