ৰাষ্ট্ৰীয়

দিল্লীত ২০০ কোটি মূল্যৰ হেৰোইন জব্দ

asomiyapratidin
  • দিল্লীত আপেলৰ কাৰ্টনত উদ্ধাৰ হেৰোইন৷
  • দিল্লীৰ আজাদপুৰ মন্দীত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ হেৰোইন৷
  • হেৰোইনখিনিৰ মূল্য হ'ব প্ৰায় ২০০ কোটি টকা৷
  • জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ পৰা আনিছিল হেৰোইনখিনি৷