ৰাষ্ট্ৰীয়

হাৰিয়ানাত আৰক্ষীৰ অভিযান, গুলীচালনাত আহত ৩ অপৰাধী…

asomiyapratidin
  • বুধবাৰে পুৱাই হাৰিয়ানাত গুৰুগ্ৰাম-দ্বাৰকা এক্সপ্ৰেছৱে'ত আৰক্ষী অভিযান।
  • আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ৪ দুৰ্ধৰ্ষ অপৰাধীক।
  • এই অভিযানত আৰক্ষীৰ গুলীচালনাত আহত ৩টা অপৰাধী।
  • আহত তিনিওকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।