ৰাষ্ট্ৰীয়

আজিলৈকে মই চুলিৰ চকীদাৰহে আছিলো, এতিয়াৰে পৰা দেশৰ চকীদাৰঃ যাৱেদ হাবিব

asomiyapratidin
  • সোমবাৰে বিখ্যাত হেয়াৰ ষ্টাইলিষ্ট যাৱেদ হাবিবে যোগ দিয়ে বিজেপিত।
  • বিজেপিৰ দিল্লীস্থিত কাৰ্যালয়ত দলটোত যোগ দিয়ে হাবিবে।
  • দলটোৰ একাংশ জ্যেষ্ঠ নেতাৰ উপস্থিত বিজেপিত যোগদান।
  • যাৱেদ হাবিবে বিজেপিত যোগ দি কয়-
  • 'আজিলৈকে মই চুলিৰ চকীদাৰহে আছিল, এতিয়াৰে পৰা দেশৰ চকীদাৰ।'