ৰাষ্ট্ৰীয়

আজি জি এছ টি পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক

asomiyapratidin
  • আজি জি এছ টি পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • দিল্লীত অনুষ্ঠিত হ'ব গ্ৰুপ অৱ মিনিষ্টাৰৰ বৈঠক।
  • কেইবাবিধো সামগ্ৰীৰ জি এছ টি হ্ৰাস পোৱাৰ সম্ভাৱনা।
  • গৃহ নিৰ্মাণ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা বৈঠকত।