ৰাষ্ট্ৰীয়

১৭ লক্ষাধিক টকাৰ গাঞ্জাসহ বিমান বন্দৰত গ্ৰেপ্তাৰ এজনক

asomiyapratidin
  • গোৱা বিমান বন্দৰত চি আই এছ এফ জোৱানে গ্ৰেপ্তাৰ কৰে এজন লোকক।
  • বিমান বন্দৰত প্ৰায় ১৭.৫৭ লাখ টকাৰ গাঞ্জা সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।
  • গ্ৰেপ্তাৰ কৰা লোকজনক সোধাপোছা অব্যাহত ৰাখিছে এন চি বি বিষয়াই।