ৰাষ্ট্ৰীয়

ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত একে পৰিয়ালৰে ৪ সদস্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ অযোধ্যাৰ কোতৱালীত বুধবাৰে পুৱতি সংঘটিত হৈছে এক ভয়মকৰ দুৰ্ঘটনা। বাছ আৰু এখন বলেৰ বাহন সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বলেৰ খনত থকা ৪ জন যাত্ৰী। প্ৰাপ্ত খবৰ অনুসৰি বিহাৰৰ মধৱাপুৰৰ গাঁৱৰ নিৱাসী ছোতেলাল যাদৱৰ পৰিয়াল বলেৰ খনেৰে আমেথিৰ অভিমুখে যাত্ৰা কৰি আছিল। বুধবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ বজাত ৰায়গঞ্জত সংঘটিত হয় এই দুৰ্ঘটনা।