ৰাষ্ট্ৰীয়

দিল্লীত বিধ্বংসী অগ্নিকাণ্ড

asomiyapratidin
  • দিল্লীত বিধ্বংসী অগ্নিকাণ্ড।
  • এটা প্ৰিন্টিং প্ৰেছত অগ্নিৰ সূত্ৰপাত হয়।
  • পটপাৰগঞ্জ উদ্যোগিক এলেকাত এই অগ্নিকাণ্ড।
  • অতিকম সময়ৰ ভিতৰতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে সমগ্ৰ অঞ্চল।
  • এজন লোকৰ মৃত্যু হৈছে।
  • ৩৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ জিই নিৰ্বাপণৰ চেষ্টা।