ৰাষ্ট্ৰীয়

পঞ্জাৱত ভয়ংকৰ অগ্নিকাণ্ড

asomiyapratidin
  • পঞ্জাৱত ভয়ংকৰ অগ্নিকাণ্ড।
  • ৰাজ্যখনৰ লুধিয়ানাৰ উপকাৰ নগত এই জুইৰ সূত্ৰপাত।
  • এটা ঔষধ নিৰ্মাণ কোম্পানী নিমিষতে আৱৰি ধৰে জুইৰ লেলিহান শিখাই।
  • কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ জুই নিৰ্বাপনৰ চেষ্টা।
  • বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।