গুজৰাটৰ ছুৰটত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।ছুৰটৰ এটা কেমিকেল ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।.উক্ত স্থানত উপস্থিত হৈ ১২খনকৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।