ৰাষ্ট্ৰীয়

ঝাৰখণ্ডৰ ধনবাদত ভয়াৱহ অগ্নিকাণ্ড

Asomiya Pratidin
  • ঝাৰখণ্ডৰ ধনবাদত ভয়াৱহ অগ্নিকাণ্ড

  • অগ্নিকাণ্ডত ১৪ জনকৈ অধিক লোকৰ মৃত্যু

  • বহুতো লোক আহত হোৱাৰ আশংকা

  • এটা অট্টালিকাত সংঘটিত এই অগ্নিকাণ্ড

  • অগ্নিকাণ্ড সূত্রপাতৰ কাৰণ জানিব পৰা হোৱা নাই।