ৰাষ্ট্ৰীয়

ভেকচিন লোৱা ২৮দিনৰ পিছত কোৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী…

asomiyapratidin
  • জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আক্ৰান্ত হৈছে কোৰোনাত।
  • ভেকচিন লোৱা ২৮দিনৰ পাছত কোৰোনাত আক্ৰান্ত হৈছে ফাৰুক আব্দুল্লা।
  • এই সন্দৰ্ভত আব্দুল্লাৰ পুত্ৰ অমৰ আব্দুল্লাই কৰিছে এক টুইট।
  • বিগত দিনকেইটাত তেখেতেৰ সংস্পৰ্শলৈ অহা সকলোকে স্বাস্থ্য পৰীক্ষা কৰাবলৈ আহ্বান।