ৰাষ্ট্ৰীয়

আতচবাজী নিৰ্মাণৰ সময়ত বিস্ফোৰণ, নিহত ২জন

asomiyapratidin
  • মধ্যপ্ৰদেশত সংঘটিত হৈছে অঘটন।
  • আতচবাজী নিৰ্মাণৰ সময়তে বিস্ফোৰণ।
  • গুনাত আতচবাজী নিৰ্মাণৰ সময়তে এই বিস্ফোৰণ সংঘটিত হৈছে।
  • শুকুৰবাৰে সংঘটিত এই বিস্ফোৰণত নিহত হৈছে ২জন লোক।
  • ইফালে আহত হৈছে ৩জন লোক।