ৰাষ্ট্ৰীয়

পুৱাই ই ডি কাৰ্যালয়ত উপস্থিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰফুল্ল পেটেল…

asomiyapratidin
  • সোমবাৰে পুৱাই ই ডি কাৰ্যালয়ত উপস্থিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰফুল্ল পেটেল।
  • ধন আত্মসাতৰ অভিযোগ সন্দৰ্ভত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সোধপোছ।
  • প্ৰফুল্ল পেটেলৰ সৈতে উপস্থিত আছে তেওঁৰ অধিবক্তাও।
  • পেটেলৰ বক্তব্য লিপিবদ্ধ কৰিছে ই ডি বিষয়াসকলে।