ৰাষ্ট্ৰীয়

জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

asomiyapratidin
  • জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ।
  • পুৱাৰে পৰা পুলৱামা জিলাত এই গুলিয়াগুলি।
  • বৰ্তমানৰ লৈকে কোনো হতাহতিৰ খবৰ অহা নাই।
  •  সন্ত্ৰাসবাদীৰ আত্মগোপনৰ খবৰ পাইয়ে এই সংঘৰ্ষ।
  • বৰ্তমানেও চলি আছে গুলিয়াগুলি।