ৰাষ্ট্ৰীয়

মমতালৈ নিৰ্বাচনী আয়োগৰ জাননী, ৪৮ ঘন্টাৰ ভিতৰত আয়োগক দিব লাগিব উত্তৰ…

asomiyapratidin
  • পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ নিৰ্বাচন আয়োগৰ জাননী ।
  • পশ্চিম বংগৰ মুছলমান ভোটাৰক কৰা এক মন্তব্যকলৈ আয়োগে জাৰি কৰিছে জাননী ।
  • ৪৮ ঘন্টাৰ ভিতৰত নিৰ্বাচন আয়োগক উত্তৰ দিব লাগিব মমতাই ।
  • মমতা বেনাৰ্জীয়ে মুছলমান ভোটাৰ সকলক তেওঁলোকৰ ভোট বিভিন্ন ৰাজনৈতিক দলৰ মাজত বিভক্ত নহ'বলৈ দিবলৈ আহ্বান জনাইছিল ।
  • সাম্প্ৰদায়িক ভিত্তিত তৃণমূল কংগ্ৰেছৰ বাবে ভোট বিচাৰাৰ অভিযোগ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে ।