ৰাষ্ট্ৰীয়

ভূমিকম্পই জোকাৰি গ’ল…

asomiyapratidin
  • মঙলবাৰে সন্ধিয়া ভূমিকম্পই জোকাৰিলে হিমাচল প্ৰদেশক।
  • চম্পা জিলাত অনুভূত হয় ভূমিকম্প।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য ৩.২ ।
  • সন্ধিয়া প্ৰায় ৭.৩৮ বজাত অনুভূত হয় ভূমিকম্পটো।
  • হতাহতি হোৱা কোনো লোক।
  • ভূমিকম্পটোৰ কেন্দ্ৰস্থল চম্বা জিলাৰ ভূপৃষ্ঠৰ পৰা ৫ কিঃমিঃ গভীৰত।