ৰাষ্ট্ৰীয়

পুৱাই ভূমিকম্প…

asomiyapratidin
  • পুৱাই ভূমিকম্পৰ জোকাৰণি হিমাচল প্ৰদেশত।
  • পুৱা ৮বাজি ১৫মিনিটত অনুভূত হয় এই ভূমিকম্পৰ।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য ২.৮
  • কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই।