ৰাষ্ট্ৰীয়

দিল্লীৰ ই ডি কাৰ্যালয়ত ৰবাৰ্ট বাদ্ৰা…

asomiyapratidin
  • দিল্লীৰ ই ডি কাৰ্যালয়ত উপস্থিত ৰবাৰ্ট বাদ্ৰা।
  • বুধবাৰে পুৱাই ই ডি কাৰ্যালয়ত উপস্থিত নিৰ্দেশ বাদ্ৰা।
  • ধন আত্মসাতৰ গোচৰত সোধ-পোছ কৰা হ'ব বাদ্ৰাক।
  • পূৰ্বতে কেইবাবাৰো ই ডি কাৰ্যালয়ত সোধ-পোছ কৰা হৈছিল ৰবাৰ্ট বাদ্ৰাক।
  • বেনামী সম্পত্তি সন্দৰ্ভতো সোধা-পোছা কৰা হ'ব বাদ্ৰাক।