ৰাষ্ট্ৰীয়

১২খনকৈ গাড়ীৰ সংঘৰ্ষ, এজনৰ বাহিৰে ৰক্ষা পৰিল বহুজনৰ প্ৰাণ

asomiyapratidin
  • দিল্লীৰ নয়দাত ভয়ংকৰ দুৰ্ঘটনা।
  • ঘন কুঁৱলীৰ ফলত ১২খন গাড়ীৰ সংঘৰ্ষ।
  • ঘটনাত এজন লোক নিহত হোৱাৰ লগতে ১০ জন লোক গুৰুতৰভাৱে আহত।
  • আহত সকলক ভৰ্তি কৰোৱা হৈছে স্থানীয় চিকিৎসালয়ত।