দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড।মুণ্ডকা অঞ্চলৰ এটা গুদামত এই অগ্নিকাণ্ড।.অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও লক্ষাধিক টকাৰ সম্পত্তি ক্ষয়-ক্ষতি।ঘটনাস্থলীত ২১ খন অগ্নি নিৰ্বাপকৰ বাহন মজুত।বৰ্তমানৰ লৈকে সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই জুই।