ৰাষ্ট্ৰীয়

দিল্লীৰ দৰিয়াগঞ্জত বিধ্বংসী অগ্নিকাণ্ড…

asomiyapratidin
  • দিল্লীৰ দৰিয়াগঞ্জত ভয়ংকৰ ঘটনা।
  • অঞ্চলটোৰ এটা টেন্ট হাউছত সংঘটিত হয় অগ্নিকাণ্ড।
  • ১৩খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।
  • বৰ্তমানলৈ কোনো লোক হতাহত হোৱা খবৰ পোৱা হোৱা নাই।