দিল্লীত বিধ্বংসী অগ্নিকাণ্ড।কীৰ্তি নগৰৰ এখন ফাৰ্নিচাৰ মাৰ্কেটত সংঘটিত হয় এই অগ্নিকাণ্ড।পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড।অগ্নিনিৰ্বাপক বাহিনীৰ ১০ খন গাড়ীতে জুই নুমুৱাৰ চেষ্টা।বৰ্তমানেও নিৰ্বাপন হোৱা নাই জুই।