ৰাষ্ট্ৰীয়

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন…

asomiyapratidin
  • দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰহণ কৰিলে কোভিড ভেকচিন ।
  • দিল্লীৰ এলএনজিপি হস্পিতালত কোভিড ভেকচিন গ্ৰহণ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ।
  • কোভিড ভেকচিনৰ প্ৰথম ডোজ গ্ৰহন কৰে কেজৰিৱালে ।
  • অৰবিন্দ কেজৰিৱালৰ লগতে কেজৰিৱালৰ পিতৃ-মাতৃয়েও গ্ৰহন কৰে কোভিড ভেকচিন ।
  • দেশত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল কোভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছিল ।