ৰাষ্ট্ৰীয়

দিল্লীৰ এইমছত ভয়ংকৰ অগ্নিকাণ্ড…

asomiyapratidin
  • দিল্লীৰ এইমছত ভয়ংকৰ অগ্নিকাণ্ড।
  • এইমছৰ অপাৰেশ্যন থিয়েটাৰত সংঘটিত এই অগ্নিকাণ্ড।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।
  • ৰোগীসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে।