ৰাষ্ট্ৰীয়

ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলিব ১৫খন যাত্ৰীবাহী ৰে’ল

asomiyapratidin
  • ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত ৰে'লসেৱা ব্যাহত।
  • কুঁৱলীৰ বাবে নিৰ্ধাৰিত সময়তকৈ পলমকৈ চলিব ১৫খন যাত্ৰীবাহী ৰে'ল।
  • অৱশ্যে বাতিল কৰা হোৱা নাই কোনো ৰে'ল।
  • উল্লেখ্য যে, দিল্লীত সোমবাৰে নিশাৰে পৰা হৈছে প্ৰৱল বৃষ্টিপাত ।